মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

কাৰ্য্যাৱলী

  • অসম আবকাৰী আইন,২০০০খন আৰু তাৰ অধীনত থকা নিয়মসমূহ প্ৰচলন কৰা।
  • আবকাৰী শুল্ক সংগ্ৰহ কৰা
  • আবকাৰী বিভাগে প্ৰচলন কৰা বিভিন্ন আইনৰ অধীনত সংঘটিত অপৰাধসমূহৰ বিষয়ে খবৰ সংগ্ৰহ কৰা।
  • আপত্তি পোৱাৰ লগে লগে তত্কালীনভাৱে আক্ৰমণ কৰা, আৰু সংঘটিত ঘটনা ধৰা
  • পঞ্জীভুক্ত ঘটনাসমূহৰ শীঘ্ৰে ব্যৱস্থা লোৱা
  • আবকাৰী কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া আৰু বিভাগৰ প্ৰতিৰোধকাৰী কৌশল শক্তিশালী কৰা
  • ৰাজ্যৰ মাদক দ্ৰৱ্য নিবাৰণী পৰিষদৰ জৰিয়তে সুৰা আৰু মাদক দ্ৰৱ্যৰ অপকাৰীতাৰ বাবে অভিযান আৰম্ভ কৰা।
  • ভাল আন্তঃগাঁথনি, কৰ্ম সম্পাদনৰ বাবে ভাল পৰিবেশৰ সৃষ্টিৰ বাবে বিভাগত উন্নত মানৰ যোগাযোগৰ ব্যৱস্থাৰে আধুনিকীকৰণ কৰা।

উদ্দেশ্য

  • সুৰা, ৰেক্টিফাইড স্পিৰিট আৰু ডিনেচাৰ্ড স্পিৰিট আৰু আন আন অনুমোদিত নিচাজাতীয় দ্ৰৱ্যৰ প্ৰচলন নিয়ন্ত্ৰণ কৰা।
  • অসম চৰকাৰৰ বাবে অতিৰিক্ত ধন সংগ্ৰহ
  • অবৈধ সুৰা আৰু শুল্কবিহীন ভাৱে গুপ্তভাৱে বনোৱা সুৰাৰ প্ৰচলন বন্ধ কৰা
  • সুৰা আৰু নিচাযুক্ত ঔষধৰ অপকাৰিতা, মাদৰক দ্ৰৱ্য আৰু চাইকিয়ত্ৰিক দ্ৰৱ্যৰ অবৈধ প্ৰচলন বন্ধ কৰা
  • সুৰা আৰু মাদক দ্ৰৱ্যৰ পৰা হব পৰা অপকাৰৰ বিষয়ে সজাগতা অনাৰ অভিযান অব্যাহত ৰখা
  • কাৰ্যালয় পৰিচালনা উন্নত কৰা আৰু ই-গভৰ্ণেন্সলৈ পৰিৱৰ্তন কৰা