মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী

লক্ষ্য আৰু অভিযান

লক্ষ্য

ৰাজ্যৰ ভিতৰত মদ আৰু অনুমোদিত নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী নিয়ন্ত্ৰণ কৰা যাতে ই স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক নহয় লগতে ৰাজহো বৃদ্ধি হয়।

অভিযান

আবকাৰী বিভাগৰ উদ্দেশ্য হৈছে অবৈধ সুৰা আৰু মাদক দ্ৰৱ্যৰ প্ৰচলন ৰোধ কৰি এখন শান্তিপূৰ্ণ আৰু স্বাস্থ্যবান সমাজৰ অৰিহণা যোগোৱা। অসম আবকাৰী আইন,২০০০ আৰু Narcotic Drugs and Psychotropic Substances Actৰ অধীনত সংঘটিত হব পৰা  অপৰাধসমূহ  ৰোধ কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা। বিভাগৰ আন এক উদ্দেশ্য হৈছে সুৰাৰ প্ৰচলন কমোৱা, সুৰা আৰু মাদক দ্ৰৱ্যৰ পৰা হব পৰা অপকাৰৰ বিষয়ে সজাগতা অনা। নিয়ন্ত্ৰিত সুৰা বিক্ৰীৰ জৰিয়তে আবকাৰী ৰাজহ সংগ্ৰহ কৰাটোও বিভাগৰ আন এটা উদ্দেশ্য।