এম.চি.টি. অনুজ্ঞাপত্ৰৰ বাবে আবকাৰী শুল্কৰ হাৰ
ক্ৰমিক নং | মদৰ শ্ৰেণী | ব্ৰাণ্ড | আবকাৰী শুল্ক | গেলনৰ মাচুল |
১ | বিয়েৰ | ৫ শতাংশলৈ | ৩৯ টকা/কেছ | ১ টকা/বি.এল |
৫ শতাংশতকৈ বেছি | ৬২.৪০ টকা/কেছ | |||
২ | আই.এম.এফ.এল | সাধাৰণ | ২৮০.৯৮ টকা/কেছ | ২ টকা/বি.এল |
ৰেগুলাৰ | ৩৫৭.৯৪ টকা/কেছ | |||
লাগজাৰী | ৪২৯.১০ টকা/কেছ | |||
প্ৰিমিয়াম | ৭৫৮.৫৬ টকা/কেছ | |||
ক্লাছিক প্ৰিমিয়াম | ১৬৫৭.৫০ টকা/কেছ | |||
৩ | কনচ. ৰম |
| ৮১ টকা/কেছ | ১.৮৪ টকা/বি.এল |
৪ | ৱাইন | ৪২ শতাংশতকৈ কম | ৪৫ টকা/কেছ | ২ টকা/বি.এল. |